প্ৰভু যীচুৱে আমাক সকলোকে জনাইছে যে আমি যেন স্বৰ্গীয় পিতৃ যেনে সিদ্ধ তেনে সিদ্ধ যেন হওঁ। এই ভিদিঅ’টোত পাষ্টৰ সৌৰভ মহন্তদেৱে আমি আমাৰ জীৱনৰ কোন কোন ক্ষেত্ৰত সিদ্ধ হব পাৰোঁ তাৰেই শিক্ষা প্ৰদান কৰিছে। আপোনালোকে এই ভিদিঅ’টোৰ শেষলৈকে চালে অনেক কথাই জানিবলৈ পাৰিব। এই শিক্ষাৰ দ্বাৰা আপোনাৰ আধ্যাত্মিক দিশটো উন্নত হব।
It is the will of Lord Jesus Christ that all His believers' should be perfect as the father in heaven is perfect. Pastor Sourov Mahanta has taken the Bible portion from Matthew 5:48 and shared in which areas of our lives we can be perfect. Watch the video prayerfully till the end and you will receive spiritual blessings and you will grow in your spiritual life.