গুৰুতকৈ শিষ্য উপৰ নহয়, কিন্তু গুৰুৰ সমান হলেই সেয়ে তেওঁৰ বাবে যঠেষ্ট। বাইবেলে আমাক খ্ৰীষ্টৰ গুণসমূহৰ অধিকাৰী হবলৈ শিক্ষা দিছে। আমি খ্ৰীষ্টৰ গুণসমূহৰ অধিকাৰী হোৱাটো পিতৃ ঈশ্বৰৰ ইচ্ছা। এই শিক্ষাৰ দ্বাৰা পাষ্টৰ সৌৰভ মহন্তদেৱে খ্ৰীষ্ট গুণসমূহৰ ব্যাখ্যা কৰিছে যাতে আমি সেই গুণসমূহ আহৰণ কৰিব পাৰোঁ।
How we can become like Jesus? Bible tales us to become like Jesus and here in this teaching Pastor Sourov Mahanta preached about the characteristics of Jesus so that we may become like Him. Let's imitate Jesus Christ.