২০২২ বছৰত ঈশ্বৰে তেওঁৰ লোকসকলক বিভিন্ন দিশত বৃদ্ধিৰ আশীৰ্বাদ কৰিব বিচাৰিছে। ঈশ্বৰে তেওঁৰ দাস পাষ্টৰ ড* সৌৰভ মহন্তদেৱৰ দ্বাৰা এই ভাৱবাণী শিক্ষাৰ যোগেদি আগবঢ়াইছে। আপোনালোকে এই ভিদিঅ’টোৰ শেষলৈকে চালে অনেক কথা জানিবলৈ পাৰিব।
God is going to increase many things in the lives of the people who believe in Him. Watch the sermon preached by Pastor Dr. Sourov Mahanta and know how God is going to increase in your lives.